Search Results
প্ৰথমটো বানত বিধ্বস্ত উজনি-নামনি।ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত মাজুলীত বন্ধ হ'ল ফেৰী সেৱা
ৰাজ্যত বুধবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হ’ল ১০১জন লোক। ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৭৮৩জনলৈ বৃদ্ধি পায়।
গোলাঘাটৰ সৰুপথাৰত বহিঃৰাজ্যৰপৰা আহি কোৱাৰেণ্টীন চেণ্টাৰত থকা ১৪জন লোক আক্ৰান্ত হৈছে কৰ’নাত।
ৰাজ্যত কৰ’নাত আক্ৰান্ত ৭৮৩ জন লোক। চাওক কোনখন জিলাত কিমান আক্ৰান্ত হৈছে?
পুনৰ ১৫ জনৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। ইয়াৰে ১১ জন কামৰূপ (ম)ৰ, ৩ জন ডিব্ৰুগড়ৰ আৰু এজন লখিমপুৰৰ।
জন্মলগ্নৰে পৰা নিউজলাইভৰ সৈতে জড়িত শিলচৰৰ ব্যুৰো চীফ, জ্যেষ্ঠ সাংবাদিক পীযুষকান্তি দাসৰ দেহাৱসান
কামৰূপ মহানগৰত নতুনকৈ আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে সোণাপুৰ COVID হাস্পতালত।
এটা আদৰ্শ কোৱাৰেন্টীন চেণ্টাৰ। বহিঃৰাজ্যৰ পৰা অহা সকলক প্ৰথম দিনাই যোগান ধৰা হয় হাঁহৰ মাংসৰে ভাত।